মাহিলী সংৰক্ষণাগাৰ : February 2018

সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দাবীত চামগুৰিত বিজেপিৰ সভাপতিক “উকাচ”ৰ স্মাৰক পত্ৰ প্ৰদান

অসম সংবাদ,চামগুৰি: সাংবাদিক সুৰক্ষা আইনৰ জৰিয়তে সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিতকৰণ কৰাৰ লগতে নিয়মীয়া পাৰিতোষিক,চিকিৎসা ব্যয় তথা কৰ্মৰত প্ৰতিগৰাকী সাংবাদিকৰ এক্ৰিডেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই আজি নগাঁও জিলাৰ বৃহত্তৰ চামগুৰিৰ পৰা বাতৰি পৰিবেশন কৰা ছপা আৰু বৈদ্যুতিন মাধ্যমৰ যৌথ মঞ্চ “সংযুক্ত সাংবাদিক সন্থা,চামগুৰি” চমুকৈ “উকাচে” বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক স্মাৰক পত্ৰ প্ৰদান কৰে৷সাংবাদিকসকল সমাজ বৈচিত্ৰ্যৰ সুক্ষ্ম …

অধিক পঢ়ক »

অপেছাদাৰী মঞ্চৰ পৰা পর্দালৈ ৰূপমৰ অভিনয় যাত্রা

–কল্যাণ কুমাৰ কলিতা প্রদুৎ কুমাৰ ডেকাৰ ‘বৰশী’ ছবিখনৰ এটি সৰু চৰিত্রত অভিনয়ৰে পোনপ্রথমবাৰৰ বাবে অসমীয়া চলচ্চিত্রজগতত আত্মপ্রকাশ । অৱশ্যে তেতিয়া তেওঁ ভবা নাছিল অভিনয়কে এদিন জীৱনৰ লক্ষ্য হিচাপে বাছি লোৱাৰ কথাটো । তাৰ পিছতে মণি সিনহাৰ ‘ৰাফ এণ্ড টাফ’ ছবিখনৰ খলনায়কৰ চৰিত্রটিৰ বাবে অডিশ্যন হয় । এই অডিশ্যনত ভাগ লৈ তেওঁ উত্তীর্ণ হয় আৰু উক্ত ছবিখনৰ মূল খলনায়কগৰাকীৰ চৰিত্রত অভিনয় …

অধিক পঢ়ক »

অসমীয়া ছবিজগতত নতুন সংযোজন ‘ইপাৰ সিপাৰ’

–কল্যাণ কুমাৰ কলিতা বিগত বর্ষটোত ২৪খন অসমীয়া পূর্ণদৈর্ঘ্যৰ ছবিয়ে মুক্তিলাভ কৰে । অৱশ্যে ইয়াৰে কেইখনমান ছবিয়েহে বাণিজ্যিকভাৱে সফল বিবেচিত হয় । সীমিত সংখ্যক চিত্রগৃহ তথা বলিউডৰ লবীৰ মেৰপেচত একোখন অসমীয়া ছবিয়ে লাভৰ মুখ দেখাটো তেনেই ক্ষীণ যদিও একমাত্র মাধ্যমটি জীয়াই ৰখাৰ স্বার্থত তথা অসমীয়া ছবিজগতক নতুনভাৱে গঢ় দিয়াৰ হেঁপাহত প্রযোজক-পৰিচালকসকলে ইখনৰ পিছত সিখনকৈ ছবি অসমৰ দর্শকলৈ আগবঢ়াই গৈছে । এই …

অধিক পঢ়ক »

বটদ্ৰৱাত ‘গন্ধ উৎসৱ’ৰে আৰম্ভ হ’ল দৌলযাত্ৰা

অসম সংবাদ,বেবেজীয়া:মাথো ২১ বছৰ বয়সতে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে বটদ্ৰৱা থানৰ দক্ষিণ দিশত দৌলমন্দিৰ সাজি শিষ্য-প্ৰশিষ্যৰ সহযোগত সাত বৈকুণ্ঠৰ পট আঁকি অভিনীত কৰিছিল চিহ্নযাত্ৰা। গুৰুজনাই স্থাপন কৰা অসমৰ প্ৰথমটো নাট্যশালা আছিল এই দৌলমন্দিৰ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপিত এই দৌলযাত্ৰা বা ফাকুৱা প্ৰায় ৫৫০ বছৰৰো অধিক কালজুতি বটদ্ৰৱাত উদযাপিত হৈ আহিছে। এই বছৰো পৰম্পৰা অনুযায়ী ‘গন্ধ উৎসৱ’ৰে পাঁচদিনীয়া কাৰ্যসূচীৰ আজি …

অধিক পঢ়ক »

দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে নিহত ১

অসম সংবাদ,দলগাঁৱ:দৰঙৰ  দলগাঁওত এক পথ দুৰ্ঘটনা সংঘটিত হয়।As-25-AC-8395 নম্বৰৰ বাছ আৰু As-13C-2449 অ’ট ভানৰ সংঘৰ্ষত জাকিৰ হুছেইন(৪৫) নামৰ লোক জন থিতাতে নিহত হয়।জাকিৰ হুছেইন,কমল কৃষ্ণ বাছ খনৰ হেন্দিমেন আছিল। অ’টৰ খনৰ পাঁচ জন যাত্রী আহত হয়।

অধিক পঢ়ক »

কলাইগাঁৱত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ

অসম সংবাদ,কলাইগাঁৱ: কলাইগাঁৱৰ পুঠিমাৰীত আবেলিয়ে পৰা নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ।ৰাইজৰ মাজত চৰম আতংক।বৰ্তমানেও বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ।

অধিক পঢ়ক »

গোসাইগাঁৱত আত্মসমৰ্পণ NDFB(S)ৰ সদস্যৰ

অসম সংবাদ,গোসাইগাঁৱ: গোসাঁইগাৱঁত এন ডি এফ বি(এছ)ৰ সদস্য আত্মসমৰ্পণ ৷ বিলিফাং নাৰ্জাৰী(২১) ওৰফে এন স্বাওৰৈগ্ৰা ২০১৬ এনডিএফবিত যোগদান কৰিছিল ৷ সদস্য জনৰ ঘৰ বল্লমঝোৰাত ৷ আজি গোসাইগাওঁ মহকুমা আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰে সদস্যজনে ৷ 

অধিক পঢ়ক »

মাজুলীৰ দুই শিশু বিজ্ঞানীৰ বিজ্ঞান মডেল ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত

অসম সংবাদ,উজনি মাজুলী: আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত অ-বিভক্ত যোৰহাট জিলা ভিত্তিত অনুষ্ঠিক হোৱা বিজ্ঞান সমাৰোহত উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ অন্তৰ্গত চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰদ্বয় দেবাংগ শইকীয়া আৰু নৱকান্ত শইকীয়াৰ প্ৰদূষণমুক্ত বন কটা বিজ্ঞান মডেলে জিলা পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ এতিয়া তেওঁলোকে অহা ৬,৭ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ৱ লগা ৰাজ্যিক পৰ্যায়ৰ …

অধিক পঢ়ক »

ভূমি অধিকাৰৰ দাবীত ডিমাকুছিত হাগ্ৰামাৰ পুত্তলিকা দাহ

অসম সংবাদ,ডিমাকুছি: ৰাজ্যৰ ভিন্ন প্ৰান্তত বিটিএডি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ভূমি-নীতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি ওদালগুৰি জিলাৰ ডিমাকুছিতো এক বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ছাত্ৰ সংগঠনে ৷ আজি ডিমাকুছিৰ ৰাজপথত ওদালগুৰি জিলা চাহ জনজাতি ছাত্ৰ সন্থা আৰু ডিমাকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় শতাধিক ব্যক্তিয়ে হাগ্ৰামাৰ পুত্তলিকা দাহ কৰি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷

অধিক পঢ়ক »

বন ধ্বংসত নামিল চৰকাৰী বিষয়া: চেলেংহাট ডাকঘৰৰ চৌহদৰ মূল্যবান গছ কাটি গোপনে বিক্ৰী কৰিলে ডাক বিষয়াই

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য,অসম সংবাদ: এইবাৰ বন ধ্বংসত নামিল চৰকাৰী বিষয়া।  যোৰহাটৰ চেলেংহাট ডাকঘৰৰ চৌহদৰ বহু মূল্যবান গছ গছনি  ডাকঘৰটোৰ এগৰাকী বিষয়াই কাটি বিক্ৰী কৰাক লৈ  অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্থাপিত অভিযোগ অনুসৰি চেলেংহাট ডাকঘৰৰ  চৌহদত থকা বহু পুৰনি দুজোপা মূল্যবান গছ ডাকঘৰটোৰ ডাক বিষয়াগৰাকীৰ প্ৰত্যক্ষ নিৰ্দেশত দিন দুপৰতে দুস্কৃতিকাৰীয়ে কাটি লৈ যায়।ইপিনে ধনৰ লালসাত এনেদৰে বহু পুৰনি মূল্যবান …

অধিক পঢ়ক »