দৈনিক সংৰক্ষণাগাৰ : March 2, 2018

এখন আলোচনীৰ বেটুপাত আৰু বিতৰ্ক

নিউজ ডেস্ক, অসম সংবাদ: পাপনৰ এটা চুমাই ভাৰত কঁপোৱাৰ পিছত এখন আলোচনীৰ বেটুপাতে কঁপাইছে এইবাৰ দক্ষিণ ভাৰত ৷ মালায়লম ভাষাৰ পাৰিবাৰিক আলোচনী “গৃহলক্ষ্মী” নামৰ বেটুপাতত দক্ষিণ ভাৰতৰ আগশাৰীৰ মডেল এগৰাকীয়ে উঠা এখন ফটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই বিতৰ্কৰ ৷ আলোচনীখনৰ বেটুপাটত মডেলগৰাকীয়ে এটি শিশুক স্তনপান কৰি ফটোৰ বাবে পজ দিছিল ৷ মডেলগৰাকীৰ নাম গিলো যোচেফ ৷ ইতিমধ্যে এই বেটুপাতখনে …

অধিক পঢ়ক »

বৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা:গুৰুতৰভাৱে আহত ২

বৰহাটৰপৰা সুৰেণ বুঢ়াগোঁ‌হাই,অসম সংবাদ:বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ভূঞাখাট-বৰহাট পথত এক পথ দুৰ্ঘটনা সংঘটিত হয়।নম্বৰপ্লেট বিহীন এখন বগা ৰঙৰ হোণ্ডাই চিয়াজ গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই ৰংবাৰী দলঙৰ পকী খুটাত খোন্দা মৰাৰ ফলত গাড়ীখন ৰাস্তাৰ ওপৰত বাগৰি পৰে।বৰহাট চাহ বাগিছাৰ ফেক্টৰী পৰিচালক দেৱাশীষ গাংগুলী আৰু বাগিছা পৰিচালক চুমন মহন্ত গাড়ীখনত আছিল। ঘটনাটো সামৰিক বাহিনীৰ এটা দলে বৰহাটলৈ আহি থকাৰ পথত দেখা পায়। তেওঁলোকে …

অধিক পঢ়ক »

ঐতিহাসিক বাৰেচহৰীয়া ভাওনা উদ্বোধন কৰিলে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে

জামুগুৰিহাটৰ পৰা নিহাৰ শৰ্মা,অসম সংবাদ: “সমাজখন আগুৱাই যোৱাৰ ক্ষেত্ৰত বাৰেচহৰীয়া ভাওনাই সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে”- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ আজি নিশা বাৰেচহৰীয়া ভাওনা উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জামুগুৰিহাটৰ কলা-সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত যৎপৰোনাষ্টি চেষ্টা কৰিব বুলিও মন্তব্য কৰে৷ উক্ত অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী, মন্ত্ৰী নৱ দলে, মন্ত্ৰী পল্লৱ লোচন দাস আদি উপস্থিত থাকে৷

অধিক পঢ়ক »

আধ্যাত্মিক চিন্তা চেতনাই ঊশৃংখল যুৱ মানসিকতা ৰোধ কৰে: পুৰণিগুদামত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী

পুৰণিগুদামৰ পৰা নয়ন মনি বৰা,অসম সংবাদ: সৎ, শালীনতা আৰু বিনয় স্বভাৱ নাথাকিলে মানুহ ঊশৃংখল হয়। ঊশৃংখল হ’লে মানুহৰ জীৱনৰ লক্ষ্য উদ্দেশ্য ব্যৰ্থ হয়।সমাজ জীৱনত সত্ৰৰ প্ৰাসংগিকতা আছে আৰু যুগে যুগে থাকিব।জনকল্যাণহিত চিন্তাই হ’ল সত্ৰৰ ধৰ্ম। নাম গোৱা,খোল বজোৱা আৰু প্ৰসংগ কৰাটোৱেই সত্ৰৰ কাম নহয়।যি সমূহ সত্ৰই প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আতঁৰি আহিছে সেই সত্ৰ সমূহৰ প্ৰাসংগিকতা হেৰাই গৈছে— এই …

অধিক পঢ়ক »

চৰাইদেউত বি চি চি আই আৰু অসম ক্ৰিকেট সন্থাৰ সম্পাদক‌: অান্ত:গাথনি উন্নত কৰাৰ আশ্বাস

অসম সংবাদ,সোণাৰি: ক্ৰিকেটৰ আন্তঃগাথনি পৰিদৰ্শন কৰাৰ উদ্দেশ্যে আজি বিচিচিআইৰ সম্পাদক অমিতাভ চৌধুৰীয়ে অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ বৰগোহাঁইৰ সৈতে চৰাইদেউ জিলা ভ্ৰমন কৰে ৷ ভ্ৰমনৰ সময়ত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠনৰ নেতাৰ লগত মত বিনিময় কৰি আগন্তুক দিনত অসম তথা চুবুৰীয়া অৰুনাচল প্ৰদেশ আৰু নগালেণ্ডত ক্ৰিকেটৰ এটা সুস্থ পৰিৱেশ তথা আন্তঃগাথনি নিৰ্মানত গুৰুত্ব দিয়া …

অধিক পঢ়ক »

গোসাঁইগাঁওৰ সোণকোষ নদীৰ কাষত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

অসম সংবাদ,শ্ৰীৰামপুৰ:গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ তথা শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত গকুলকাটা ব্লক গাঁৱত সোণকোষ নদীৰ কাষত আজি পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।আজি ৰাতিপুৱা পথাৰত এটি মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।জেকেট আৰু ট্ৰেকচুট পিন্ধি থকা যুৱকজনক দুবৃত্তই হত্যা কৰি উক্ত স্থানত পেলাই থৈ গৈছে।মৃতদেহটো এতিয়ালৈ চিনাক্ত হোৱা নাই।হত্যা …

অধিক পঢ়ক »

খুমটাইত স্কুটিৰ নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰিল:গুৰুতৰভাৱে আহত ২

অসম সংবাদ,খুমটাই:আজি বিয়লি খুমটাইত হৰেণ গগৈ নামৰ এগৰাকী ব্যক্তিয়ে কণমানি পুত্ৰ আৰু পত্নীৰ হতে বৰপথাৰলৈ বুলি নিজৰ স্কুটিৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ সন্মুখৰ গতি নিয়ন্ত্ৰকৰ ওপৰত বাগৰি পৰি দুয়ো আহত হয়। সৌভাগ্য ক্ৰমে শিশু পুত্ৰ জনে আঘাত নোপোৱাকৈ ৰক্ষা পৰে।দুৰ্ঘটনাত হৰেণ গগৈৰ লগতে পত্নী গৰাকী আঘাতপ্ৰাপ্ত হয়।মহিলা গৰাকীয়ে গুৰুত্বৰ ভাৱে মুৰত আঘাত পায়। ৰক্ত ক্ষণ …

অধিক পঢ়ক »

নগাঁওৰ ৰূপহী থানাত আৰক্ষী-ৰাইজৰ মাজত প্ৰচণ্ড মাৰপিট:৫ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগ

অসম সংবাদ ,ৰূপহীহাট:নগাঁওৰ ৰূপহীহাট আৰক্ষীথানাত আজি বিয়লি ৫ টা মান বজাত এক ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ চামগুৰিৰ মাগুৰমাৰীৰ ৫ বছৰীয়া শিশুক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ তুলি জামিৰ আলী নামৰ লোকজনৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে ৰাইজ।জঘন্য ধৰ্ষণকাণ্ড। উল্লেখ্য যে ৯ দিন পূৰ্বে জামিৰ আলী (৫০) বছৰীয়া লম্পট বৃদ্ধটোৱে কন্যা শিশুজনীক ধৰ্ষণ কৰাৰ অভিযোগ তুলি পৰিয়ালৰ লোকে …

অধিক পঢ়ক »

বোকাখাতৰ লতাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা:থিতাতে নিহত এজন অচিনাক্ত ব্যক্তি

অসম সংবাদ,বোকাখাত:হলিৰ আনন্দৰ মাজতে বোকাখাতৰ লতাবাৰীত সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথৰ দাঁতিৰে গৈ থকা এজন পথাচাৰীক তীব্ৰবেগী বাহনে মহতীয়াথৈ যোৱাৰ ফলত থিতাতে নিহত হয় ৷ নিহত ব্যক্তিজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ১০৮ নহাক লৈ কিছু উত্তপ্ত পৰিস্থিতিৰ  সৃষ্টি কৰে স্থানীয় ৰাইজে।

অধিক পঢ়ক »

চেঙাত লক্ষাধিক টকাৰ বিলাতী সুৰাসহ আটক এজন

অসম সংবাদ,চেঙা: বৰপেটা জিলাৰ চেঙাত আজি হোলীৰ আনন্দৰ মাজতে তাৰাবাৰী আৰক্ষীয়ে সুৰা বিৰোধী অভিযান চলায় । চেঙাৰ নৃপেন পাঠকৰ ঘৰত আৰক্ষীয়ে এই অভিযান চলাই কাৰ্টনে কাৰ্টনে বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । অভিযান কালত নৃপেন পাঠকৰ দুটা ঘৰৰ পৰা আৰক্ষীয়ে লক্ষাধিক টকাৰ বিলাতী সুৰা জব্দ কৰে । ইতিমধ্যে আৰক্ষীয়ে নৃপেন পাঠকক আটক কৰিছে। দীৰ্ঘদিন ধৰি নৃপেন পাঠকে অবৈধ ভাবে …

অধিক পঢ়ক »