দৈনিক সংৰক্ষণাগাৰ : March 4, 2018

চোকাপাৰা কামাৰপাৰা দৌল উৎসৱত ব্যাপক জুৱা: ৰহস্যজনক ভূমিকা আৰক্ষী, প্ৰশাসনৰ

নিউজ ডেস্ক, অসম সংবাদ: বঙাইগাঁও জিলাৰ চোকাপাৰা কামাৰপাৰা দৌল উৎসৱৰ মেলাস্থলীৰ কাষতে মুকলিকৈ জুৱা তথা ঝাণ্ডি-মুণ্ডা খেল চলি থকাত সচেতন মহল ক্ষুণ্ন হৈছে ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে এই দৌল উৎসৱত জুৱা খেল বহুওৱাৰ নামত পূজা সমিতিয়ে এক বৃহৎ অংক লাভ কৰাৰ বাতৰি পোৱা গৈছে ৷ আৰক্ষী তথা একাংশ সংগঠনক মেনেজ কৰি যোৱা তিনিদিন ধৰি মুকলিকৈ এইদৰে জুৱা খেল চলি আছে দৌল …

অধিক পঢ়ক »

“মানুহৰ মনত অহংকাৰ ভাৱ থাকিলে আধ্যাত্মিক চিন্তাত উপনীত হ’ব নোৱাৰে”: পুৰণিগুদামৰ ধৰ্মালোচনী সভাত ড° পীতাম্বৰ দেৱ গোস্বামী

অসম সংবাদ,চামগুৰি: চৌৰাশী লক্ষ্য জীৱন পাৰ হোৱাৰ পাছত মানুহৰ জীৱন পায়,মানুহৰ জীৱন অমূল্য এই অমূল্য জীৱনক ধৰ্মৰ জৰিয়তে পশুৰ পৰা পৃথক কৰি মানুহক শ্ৰেষ্ঠ বুলি কোৱা হৈছে সেয়ে আমি ধৰ্ম পালন কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব লাগিব৷যি কথাই মানুহক ধৰি ৰাখে সেয়াই ধৰ্ম বুলি কোৱা হৈছে৷ এই মন্তব্য অাউনিঅাটী সত্ৰৰ সত্ৰাধিকাৰ,সত্ৰীয়া সংস্কৃতিৰ এজন শ্ৰেষ্ঠ একনিষ্ঠ সাধক ড° পীতাম্বৰ দেৱ গোস্বামীৰ৷ …

অধিক পঢ়ক »

লাকুৱাত নিহত আৰু আহত শ্ৰমিকৰ ক্ষতিপূৰণৰ দাবীত আছুৰ স্মাৰকপত্ৰ

অসম সংবাদ, মাহমৰা:তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ চৰাইদেউ জিলাৰ লাকুৱাস্থিত তৈলক্ষেত্ৰ নবীকৰণ প্ৰকল্পৰ ঠিকাদাৰী প্ৰতিষ্ঠান মেঘা ইঞ্জিনীয়াৰিং নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে শ্ৰমিকসকলক শোষণ আৰু বঞ্চনাৰে ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ দীৰ্ঘদিন ধৰি বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে অব্যাহত ৰখা এই লুণ্ঠনৰাজৰ সম্পৰ্কত অ’ এন জি চিৰ উৰ্ধতন কৰ্তৃপক্ষ অবিদিত নহয় যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অতি মইমতালীৰে প্ৰতিষ্ঠানটোৱে কাৰ্য …

অধিক পঢ়ক »

মানকাচৰত ভয়াৱহ অগ্নিকাণ্ড: লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

অসম সংবাদ,মানকাচৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত মলাখোৱা গাওঁত আজি নিশা আঠ মান বজাত সংঘটিত অগ্নিকাণ্ডত ৬টা পৰিয়ালৰ সাতটা ঘৰ জুইত ভষ্মীভূত হয়। পৰিয়াল কেইটাৰ ঘৰৰ আচবাব পত্ৰ, নগদ ধন, সোণ-ৰূপৰ অলংকাৰ, এন আৰ চি – মাটিৰ নথীপত্ৰকে ধৰি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ নথীপত্ৰসহ পোন্ধৰ -লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত পুৰি ভস্মীভূত হয়।অৱশেষত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুই নমাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ …

অধিক পঢ়ক »

বৰপেটাত চাৰি চকীয়া চুৰি বাহন উদ্ধাৰ

অসম সংবাদ,নগৰবেৰা:বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছুমাৰা ৰাজপথৰ পৰা চুৰি টাটা এ চি ই চাৰিচকীয়া বাহন উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে৷ জানিব পৰা মতে   মালিক বিহীন AS01,FC 4937 পখিলা নামৰ গাড়ী খন কামৰূপ গ্ৰাম্য জিলাৰ বকোৰ আগছিয়াৰ পৰা দুষ্ট চক্ৰই চালকক মাৰপিট কৰি  ৰাজপথত পেলাই থৈ বলপূৰ্বক গাড়ী খন লৈ উধাও হয় ৷ আহত চালক জনে বকো আৰক্ষীক …

অধিক পঢ়ক »

কলগাছিয়াত লোমহৰ্ষক হত্যাকাণ্ড: কোৰেৰে ঘপিয়াই হত্যা ভিক্ষাৰীক

কলগাছিয়াৰ পৰা স্বফিকুল হাছান,অসম সংবাদ: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি কে গাঁৱত আজি বিয়লি ছাহেৰা খাতুন (৬০) নামৰ এগৰাকী বিধৱা ভিক্ষাৰীক নিজ গৃহত কোৰেৰে ঘপিয়াই হত্যা কৰা কাণ্ডই অঞ্চলব্যাপি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাইজে জানিবলৈ দিয়ামতে বৃদ্ধা গৰাকীৰ নামত এটা প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ গৃহ আৱন্টিত হৈছিল। জাবেদ আলী নামৰ ভতিজাৰ ঘৰত সেই গৃহটো নিৰ্মান কৰা হৈছে। এই গৃহটোয়ে বুঢ়ীজনৰ কাল …

অধিক পঢ়ক »

ডিব্ৰুগড়ত সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী ৰনজিৎ দত্ত

কৰৱী বৰ শইকীয়া,অসম সংবাদ:ডিব্ৰুগড়ত আজি সোনে‍াৱাল কছাৰী চুক্তি ৰপায়নৰ বৰ্ষপূতি আৰু সচিবালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়।সোনোৱাল কছাৰী জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ বাবে অসম চৰকাৰে আৰু জাতীয় সংগঠনসমূহৰ প্ৰতিনিধিৰ মাজত ২০০৫ চনৰ ৪ মাৰ্চত স্বায়ত্ত শাসন গঠনৰ বুজাবুজি চুক্তি সম্পাদিত হৈছিল।সেয়ে আজি এই ৪ মাৰ্চ দিনটো সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস হিচাপে বিবেচিত হৈ আহিছে।তদুপলক্ষে আজি দিনৰ ১১ বজাত ডিব্ৰুগড …

অধিক পঢ়ক »

অভয়াপুৰীত একে সময়তে সংঘটিত হয় দুটা ভয়ংকৰ পথ দুৰ্ঘটনা:অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু পথচাৰী

নিউজ ডেস্ক,অসম সংবাদ:অভয়াপুৰীত একে সময়তে দুটাকৈ পথ দুৰ্ঘটনা ৷ অভয়াপুৰী চহৰত ইণ্ডিকাই খুন্দা মাৰিলে চাইকেল আৰোহীক ৷ চাইকেল আৰোহী প্ৰদীপ বিশ্বাসৰ অৱস্থা সংকটজনক ৷ ইণ্ডিকাৰ নং AS 01 Q5696 ৷একে সময়তে উত্তৰ শালমাৰাৰ খগৰপুৰতো পথ দুৰ্ঘটনা ৷ অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু পথচাৰীৰ।পথচাৰীৰ নাম নৃপেন ৰায়।

অধিক পঢ়ক »

কাকপথাৰত বুজন পৰিমানৰ খৈয়েৰ কাঠ জব্দ

অসম সংবাদ,কাকপথাৰ: তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ কাকপথাৰ বন বিভাগে অাজি পুৱাৰ ভাগত এক গোপন তথ্যৰ খবৰৰ ভিত্তিত চালান বিহীনভাৱে মজুত কৰি ৰখা বুজন পৰিমানৰ খৈয়েৰ কাঠৰ কুণ্ডা জব্দ কৰে। কাকপথাৰ টাউন অঞ্চলত দীৰ্ঘদিন ধৰি চলাই থকা খৈয়েৰ কাঠৰ কুণ্ডাৰ ব্যৱসায় চালানবিহীনভাবে চলাই থকাৰ সম্ভেদ পায় যোৱা কালি ৰাতি কাকপথাৰ বন বিভাগৰ লোকে কাকপথাৰৰ নিবাৰ্সী হেমন্ত মৰাণৰ টিম্বাৰত অভিযান …

অধিক পঢ়ক »

ওদালগুৰিৰ গৰুৱাঝাৰত অজগৰ উদ্ধাৰ

অসম সংবাদ,ডিমাকুছ:ওদালগুৰি জিলাৰ নিজ গৰুৱাঝাৰত আজি আবেলি ৪.৩০ মান বজাত এটি প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় ৷ অজগৰটো প্ৰায় ১০ ফুট ৬ ইঞ্চি দৈৰ্ঘ্যৰ অজগৰটোৰ ওজন প্ৰায় ২৫ কিলো হ’ব ৷ অজগৰটো গতাবলৈ বনবিভাগক খবৰ দিয়া হৈছে। বনবিভাগৰ সহযোগত প্ৰকৃতিপ্ৰেমী কেবজনো যুবকে খালিং দূৱাৰ অভয়াৰণ্যৰ বনাঞ্চলত অজগৰটো মুকলি কৰি দিয়ে।

অধিক পঢ়ক »