দৈনিক সংৰক্ষণাগাৰ : March 11, 2018

ভয়চ ইণ্ডিয়া কিডচ্ ৰ খিতাপ দৰঙৰ মানসীলৈ

নিউজ ডেস্ক,অসম সংবাদ: অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই দৰঙৰ মানসী চহৰীয়াই &TV ৰ VOICE INDIA KIDS ৰ লিটিল চেম্পৰ খিতাপ জয় কৰিলে ৷ উল্লেখ্য যে, পাপনে এইগৰাকী কণমানিকে মৰমতে চুমা এটা খোৱাক কেন্দ্ৰ কৰি অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো এক বিতৰ্কৰ সৃষ্টি হৈছিল ৷

অধিক পঢ়ক »

মানুহ ভালপাব নোৱাৰা মানুহবোৰে কেনেকৈ কবি হ’ব পাৰে

ৰুনাল্ডো টাইদ অধ্যয়ন বিমুখ মানুহ কেনেকৈ কবি হ’ব পাৰে যি দৰে  পুখুৰী সাগৰ হ’ব নোৱাৰে হৃদয়  নুবুজা  মানুহ  কেনেকৈ কবি হ’ব পাৰে  যি দৰে অপতৃণ শইচ হ’ব নোৱাৰে প্ৰাচীন অৰণ্যৰ যি জুখিব নোৱাৰে নিৰ্জনতা  কেনেকৈ তেওঁ কবি হ’ব পাৰে  থোৰ মেলা ধানৰ যি বুজিব নোৱাৰে গোপন ভাষা কেনেকৈ তেওঁ কবি পাৰে কবি হ’বলৈ নেলাগে ইউকেলিপ্টাছৰ ওখ ধনৰ পাহাৰ অথবা নেলাগে …

অধিক পঢ়ক »

গোলকগঞ্জত বোৱাৰীৰ আত্মহত্যাৰ প্ৰচেষ্টা

অসম সংবাদ,গোলকগঞ্জ: ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত দক্ষিণ ৰায়পুৰ দ্বিতীয় খণ্ড গাওঁত আজি এগৰাকী বোবাৰীয়ে স্বামী গৃহ পৰিয়ালৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ প্ৰচেষ্টা চলাই চিকিৎসাধীন হোবা ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে । এজাহাৰ মতে, দক্ষিণ ৰায়পুৰ গাওঁৰ নালটু ৰায়ৰ পুএ নাছু ৰায়ৰ সৈতে কানুৰী গাঁৱৰ কানু ৰায়ৰ কন্যা নমিতা ৰায়ৰ ছয় বছৰ পূৰ্বে বিবাহ হয় কিন্তু বিগত দুই বছৰৰ …

অধিক পঢ়ক »

ফেমিনা মিছ ইণ্ডিয়ালৈ নিৰ্বাচিত অসমৰ সুনয়না কামাথ

নিউজ ডেস্ক,অসম সংবাদ: ফেমিনা মিছ ইণ্ডিয়ালৈ নিৰ্বাচিত অসমৰ সুনয়না কামাথ ৷ গুৱাহাটীত সম্পন্ন ফেমিনা মিছ ইণ্ডিয়া ২০১৮ৰ অডিচন ৷ পুনৰ কলকাতাত অডিচনযোগে কৰা হ’ব নিৰ্বাচন ৷ আজি অডিচনত অংশ লৈছিল ১৫০তকৈও অধিক প্ৰতিযোগীয়ে ৷ মুম্বাইত অহা জুন মাহত অনুষ্ঠিত হ’ব ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগিতা ৷

অধিক পঢ়ক »

মাণিকপুৰ আৰক্ষী থানাৰ সন্মুখত পথ দুৰ্ঘটনা: আহত দুজন

মাণিকপুৰৰ পৰা আজিজুল হক,অসম সংবাদ: আজি আবেলি ৪.৩৫ বজাত বঙাইগাঁও জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ মাণিকপুৰ আৰক্ষী থানাৰ সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী দুখনকৈ গাড়ীৰ মাজত মুখামুখী দূৰ্ঘটনা সংগঠিত হোৱাত দুজনকৈ ব্যাক্তি আহত হয়। ঘটনাৰ বিৱৰণী মতে কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত AS-01BR 4149 নং ফোৰ্ড ইকোস্পৰ্টচক গাড়ীক বিপৰীত দিশৰ পৰা তীব্ৰ গতিত গৈ থকা As-19C …

অধিক পঢ়ক »

বটদ্ৰৱাত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনা: আহত ৪

অসম সংবাদ,বেবেজীয়া:নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বটদ্ৰৱা দৌল মন্দিৰ পথত এক পথ দুৰ্ঘটনাত দুজন লোক গুৰুত্বৰ বাবে আহত হয়। প্ৰাপ্ত বাতৰি মতে, আজি বিয়লি ৩.৩০ বজাত দৌল মন্দিৰ চাৰিআলিত এ এছ ০২ ৮১৮৮(AS02A -8188) নম্বৰৰ মাৰুতি চুজুকি গাড়ীখনত বিপৰীত দিশৰ পৰা অহা নম্বৰ বিহীন এখন গ্লেমাৰ বাইক খুন্দা মৰাৰ ফলত শিলপুখুৰী গাঁৱৰ আব্দুৰ ৰহমানৰ পুত্ৰ হাবিজুৰ ৰহমান(১৯) আৰু আব্দুল …

অধিক পঢ়ক »

মৰিয়নীৰ ধোদৰ আলিত ভয়ংকৰ দুৰ্ঘটনা: এজনৰ মৃত্যু

অসম সংবাদ,মৰিয়নী:মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত ধোদৰ আলিত সংঘটিত এক পথ দুৰ্ঘটনাত এজনৰ মৃত্যু হয়। জানিব পৰা মতে আজি সন্ধিয়া ৭মান বজাত এখন মটৰচাইকেল আৰু এখন ভেনৰ মুখা মুখী সংঘৰ্ষ লাগে। AS03 L 3523 নম্বৰৰ য়ামহা মটৰচাইকেল খনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS03 L 5510  নম্বৰৰ মাৰুটি ভেনখনৰ সৈতে মুখা মুখিকৈ খুন্দা মাৰে। ফলত  বাইকৰ …

অধিক পঢ়ক »

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে খুমটাইৰ জিকমিকে

অসম সংবাদ,খুমটাই:গোলাঘাট জিলাৰ খুমটাই মেলামৰা সংগীত বিদ্যালয়ৰ শিশুশিল্পী জিকমিক শইকীয়া ই ২৮ জানুৱাৰী পৰা ৮ ফেব্ৰুৱাৰীলৈ উৰিষ্যা কটকত অনুষ্ঠিত গ্লৱেল থিয়েটাৰ মভমেন্টে আয়োজন কৰা সৰ্বভাৰতীয় নাটক নৃত্য, সংগীত মহোৎসৱ প্ৰতিযোগিতাত শিশুশিল্পী জিকমিক শইকীয়াক ২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যায়ত “বালাশ্ৰী” সন্মানেৰে বিভূষিত কৰে । কনমানি জিকমিকে ৰাষ্ট্ৰীয় ভাৱে অনুষ্ঠিত নিম্ন শাখাৰ শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত “চেয়াৰমেন এৱাৰ্ড” লাভ কৰিবলৈ সক্ষম হয় । বেতিয়নি …

অধিক পঢ়ক »

নাজিৰাত ভয়ংকৰ অগ্নিকাণ্ড

অসম সংবাদ,নাজিৰা:নাজিৰাৰ গোচালাত ভয়ংকৰ অগ্নি কাণ্ড৷ জুইয়ে আৱৰি ধৰিছে গোচালাৰ সকলো গৃহ৷ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷ জুইত জাহ গল তিনিটা গৰুৰ গোহালি আৰু খেৰৰ গুদাম ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত।

অধিক পঢ়ক »

চামগুৰিত লোমহৰ্ষক হত্যাকাণ্ড:আৰক্ষীৰ জালত নৃশংস হত্যাকাৰী

অসম সংবাদ, চামগুৰি:নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চাপানালাৰ পৰা আৰক্ষীয়ে নৃশংস হত্যাকাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে,যোৱা ১২ ডিচেম্বৰত চাপানালাৰ অতুল বৰা নামৰ এজন লোকৰ হত্যাকাণ্ডৰ লগত জড়িত দেবেন বৈশ্য নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও হত্যাকাণ্ডৰ চুপাৰি কিলাৰ বিনোদ ৰহমান বৰ্তমান পলাতক অৱস্থাত আছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, মৃত অতুল বৰাৰ পত্নীৰ …

অধিক পঢ়ক »