বিউটি টিপচ

গৌতম বৰা
সৌন্দৰ্য বিশেষজ্ঞ

কাজল ঘৰতে তৈয়াৰ কৰিবলৈ এটা মাটিৰ চাকিত ঘিউ আৰু শলিতা দি জ্বলাবআৰু এটা পিতলৰ চাকিৰে ঢাকি দিব | কিছু সময়ৰ পিছত কাজল প্রস্তুত হৈ উঠিব,যি আপোনাৰ চকুযুৰি উজ্জ্বল আৰু আকৰ্ষণীয় কৰি তুলিব ৷ ঘৰত প্রস্তুত কৰা এই কাজলে চকুযুৰিৰ কোনো অপকাৰ নকৰে ৷

গৌতম বৰা
মন্তব্য

পঢ়িব পাৰে

কেঁচা গাজি মগুৰ উপকাৰিতা জানো আহক

ডা: মনোজ কুমাৰ শইকীয়া (সংগ্ৰহীত) প্ৰতিদিনে ৫০ গ্ৰাম গাজি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ …