টেঙা বগৰীৰ মিঠা আচাৰ

নাৰজিমা চৌধুৰী

প্ৰথমে বগৰী শুকাই লব। একেবাৰে টানকৈ শুকাৱ নালাগে।কেৰাহি এটাত মিঠাতেল দি তেল গৰম হলে ফুৰন দি জুই নুমাই লব। তেল অলপ ঠাণ্ডা হলে কেৰাহিত নিমখ,হালধি,জিৰা,ধনীয়া গুৰী দিব। আৰু গুৰ ৰুকী দিৱ পিছত গোটেই খিনি মিলাই লব। বগৰীবোৰ অলপ ফালী ফালী দি, ভিনেগাৰ দি কেৰাহীত ভালকৈ মিলাই লব শিশাৰ বাচনত ভৰাই কমেও চাৰিদিন মান ৰদত দিব।

মন্তব্য

পঢ়িব পাৰে

কেঁচা গাজি মগুৰ উপকাৰিতা জানো আহক

ডা: মনোজ কুমাৰ শইকীয়া (সংগ্ৰহীত) প্ৰতিদিনে ৫০ গ্ৰাম গাজি মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ …