চিকিমৰ পেকং বিমানবন্দৰত অৱতৰণ প্ৰথমখন অসামৰিক বিমানৰ

নিউজ ডেস্ক,অসম সংবাদ: চিকিমৰ পেকং বিমানবন্দৰত আজি প্ৰথমবাৰলৈ অসামৰিক বিমান অৱতৰণ কৰে ৷ কলকাতাৰ পৰা অহা স্পাইচজেট বিমান এখন দিনৰ ১২ বজাত অৱতৰণ কৰে ৷ পাহাৰৰ মাজত অৱস্থিত এই বিমানবন্দৰত প্ৰথম অসামৰিক বিমান অৱতৰণৰ কাৰ্যই ৰাজ্যখনত উল্লাসৰ সৃষ্টি কৰিছে ৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …