নেপালত বিমান দুৰ্ঘটনা: নিহত ৩৮ যাত্ৰী

নিউজ ডেস্ক,অসম সংবাদ: নেপালত বিমান দুৰ্ঘটনা। কাঠমাণ্ডুৰ ত্ৰিভুৱন বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত এখন যাত্ৰীবাহী বিমান। ঢাকাৰ পৰা কাঠমাণ্ডুলৈ যোৱা বিমানখন অৱতৰণৰ সময়তে পতিত হয় দুৰ্ঘটনাত। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল ৬৭ যাত্ৰী। ইয়াৰে প্ৰায় ৩৮ গৰাকী যাত্ৰীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

মন্তব্য

পঢ়িব পাৰে

দেৰগাঁওৰ মাছৰ বজাৰত গ্ৰাহকৰ ৰূপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম সংবাদ, দেৰগাও : গোলাঘাটত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল শুক্ৰবাৰে দেৰগাও …