হঠাৎ অসুস্থ হ’ল অমিতাভ বচ্চন

নিউজ ডেস্ক,অসম সংবাদ: হঠাৎ অসুস্থ বিশিষ্ট অভিনেতা অমিতাভ বচ্চন। জয়পুৰৰ হাস্পতালত ভৰ্তি অভিনেতা গৰাকীক। চিকিৎসাৰ বাবে মুম্বাইৰ পৰা ৰাওনা চিকিৎসকৰ দল। THUGS OF HINDUSTAN নামৰ ছবিখনৰ শ্বুটিঙৰ সময়তে অসুস্থ হৈ পৰে অভিনেতা গৰাকী।

মন্তব্য

পঢ়িব পাৰে

দেৰগাঁওৰ মাছৰ বজাৰত গ্ৰাহকৰ ৰূপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম সংবাদ, দেৰগাও : গোলাঘাটত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল শুক্ৰবাৰে দেৰগাও …