মন্ত্ৰী হিমন্ত বিশ্বক অখিল গগৈৰ অপেন চেলেঞ্জ

কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া,অসম সংবাদ:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৃষক নেতা অখিল গগৈৰ ৷ অখিলৰ মন্তব্য কাজিৰঙা জাতীয় অৰ্কিড উদ্যান বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে মন্ত্ৰী হিমন্তই ৷ অখিলৰ প্ৰত্যাহ্বান, লাগে যদি অৰ্কিড পাৰ্ক লৈ লঁওক চৰকাৰে, কিন্তু আপোচ নকৰো ৷ কাজিৰঙাত উদ্ভিদ উদ্যানৰ প্ৰস্তাৱ বাজেট অধিবেশনত লোৱাৰ পাছতে এই প্ৰতিক্ৰিয়া অখিলৰ ৷বাজেটক লৈ ক্ষোভ- পুৰণি মদ নতুন বটলত ভৰাইছে ৷ হিতাধিকাৰী তৈয়াৰ কৰিবলৈ চেষ্টা কৰা এখন পালমৰা, সস্তীয়া, গতানুগতিক বাজেট ৷ইয়াৰ উপৰিও নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আঁভুৱা ভাৰিছে চৰকাৰে ৷ ২৬ লাখ নিবনুৱা নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে তিনি বছৰত ৪৬ হেজাৰ নিযুক্তি ৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …