বন্ধৰ সময়চোৱাত বকোত অপ্ৰীতিকৰ ঘটনা

অসম সংবাদ,বকো:বন্ধৰ সময়ছোৱাত বকোত অপ্ৰীতিকৰ ঘটনা। বকোৰ বন্দাপাৰাত বাহনত অগ্নিসংযোগ। সম্পূৰ্ণৰূপে ভস্মীভূত HONDA ACTIVA এখন । ACTIVAখনৰ নম্বৰ AS01-DF-2963। নগৰবেৰাৰ ১নং পালাহৰটাৰীৰ আইনাল হকৰ বাহনত অগ্নিকাণ্ড। গুৱাহাটীৰ পৰা গৃহাভিমুখে গৈ থকাৰ পথত এই ঘটনা। প্ৰায় ১০জনীয়া বন্ধ সমৰ্থকে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …