ধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গৌৰীপুৰৰ পৰা ইমৰান আলী, অসম সংবাদ: ধুবুৰীৰ গৌৰীপুৰত বিএছএফ আৰু আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ হয়। ধুবুৰীৰ পৰা গুৱাহাটী লৈ গৈ থকা এ এচ ২৫ বিচি-৪৯১৯ নম্বৰৰ নৈশ বাছৰ পৰা উক্ত অবৈধ নিচাযুক্ত দ্ৰব্য খিনি জব্দ কৰা হয়। জব্দকৃত ড্ৰাগছ খিনি ব্ৰহ্মদেশৰ পৰা কঢ়িয়াই অনাৰ সন্দেহ কৰা হৈছে জব্দ কৃত পাঁচবিধ ড্ৰাগছৰ নাম যুবা আৰু ইয়াৰ আনুমানিক বজাৰ মূল্য প্ৰায় কেইবালাখ টকা।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …