ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাত উজলিল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’: আজুৰিলে চাৰিটাকৈ সন্মান

নিউজ ডেস্ক,অসম সংবাদ: ৬৫ সংখ্যাক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা অসমৰ ৰীমা দাসৰ “ভিলেজ ৰকষ্টাৰ্ছ’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান ৷ লগতে অন্যান্য শিতানতো লাভ কৰে তিনিটাকৈ সন্মান ৷ শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ সন্মান, শ্ৰেষ্ঠ সম্পাদনাৰ সন্মান, শ্ৰেষ্ঠ অডিঅ’গ্ৰাফীৰ সন্মান আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ সন্মান ছবিখনৰ ভনীতা দাসলৈ। শেখৰ কাপুৰে আজি ঘোষণা কৰে এই বঁটা । শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান ‘ইচ্ছ্যু’ লৈ আগবঢ়োৱা হয়।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …