উত্তৰ শালমাৰা আৰক্ষীৰ নিস্ক্ৰিয় ভূমিকা: পুনৰ তুলু্ঙীয়া বজাৰত চুৰি বাইক

অসম সংবাদ, অভয়াপুৰী: অভয়াপুৰীৰ তুলুঙীয়া বজাৰত সঘনাই চুৰি হৈ আহিছে বাইক । সোমবাৰেও ৰাতিপুৱা ১০ মান পুনৰ চুৰি হয় এখন বাইক ৷ বাইকৰ নং AS 19G 0335 ৷ উল্লেখ্য ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ এইখন বজাৰত সঘনাই বাইক চুৰি হৈ আহিছে যদিও চকু মুদা কুলিৰ ভাওত উত্তৰ শালমাৰা আৰক্ষী ৷ নিশাৰ ভাগত অকল ট্ৰাকৰ পৰা টকা সংগ্ৰহত ব্যস্ত বুলি অভিযোগ কৰে একাংশ সচেতন ব্যক্তিয়ে ৷

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …