“অসম সংবাদ”ৰ বাতৰিৰ প্ৰভাৱ: অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন আছু নেতা বিশ্বজিৎ দাসক

অসম সংবাদ, যোগীঘোপা: “অসম সংবাদ”ৰ বাতৰিৰ প্ৰভাৱ ৷ অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাক কৰিলে প্ৰাক্তন আছু নেতা বিশ্বজিৎ দাসক ৷ চলন্তাপাৰাৰ ৰশ্মিৰেখা কলিতা আৰু স্বামী ৰাজু কলিতাৰ আত্মহত্যা সম্পৰ্কত গ্ৰেপ্তাৰ বিশ্বজিতক ৷ ৰাজু কলিতাই চুইচাইদ নোটত বিশ্বজিৎ দাসৰ নাম উল্লেখ কৰিছিল বিশ্বজিতৰ নাম ৷ বিশ্বজিৎ দাসক অভয়াপুৰী থানাত ৰাখি জেৰা চলোৱা হৈছে ৷ গুৱাহাটীত বিশ্বজিৎ দাসক আটক কৰিছে যোগীঘোপা আৰক্ষীয়ে ৷ পূৰ্বতে আটক কৰি ৰহস্যজনক কাৰণত যোগীঘোপা আৰক্ষীয়ে এৰি দিছিল বিশ্বজিতক ৷

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …