জোন গলা জোনাক

দিপালীমা দত্ত

জোনটো গলি গলি
নিগৰি নিগৰি
মোৰ পৰা তোলৈ
আলফুলে পাৰ হয়

জোনাকৰ অপেক্ষাত
সেউজী হৃদয়েৰে
আবেগ বুলাই
বৈ যায় এচাটি
শীতল বতাহ
তোৰ পৰা মোলৈ

জোন গলি
গজালি মেলা জোনাকে
তোৰ বুকুলৈওঁ শিপাই
মোৰ প্ৰীতিৰ প্ৰাৱস্থাৰ ঠেঙুলী…

মন্তব্য

পঢ়িব পাৰে

অভিসন্ধি

জেচমিন বেগম মিহি তাঁৰ এডালত আঁৰি থোৱা আছিল মোৰ চোলাটো ঠিক তেওঁৰ চোলাটোৰ কাষতে বতাহে …