ধিঙত কণ কণ শিশুৰ সৈতে বিহু নাচিলে বিধায়িকা আঙুৰলতাই

অসম সংবাদ,বেবেজীয়া: সমগ্র ৰাজ্যবাসী ৰঙালীৰ আনন্দত বুৰ গৈ থকাৰ সময়তে আজি নগাঁও জিলাৰ ধিঙৰ ২৬ খন গাঁৱৰ ৰাইজে সন্মিলিত ভাৱে উৎযাপন কৰা মুকলি বিহুত ভাগ লৈ কণ কণ শিশুৰ সৈতে ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাচিলে বিধায়িকা আঙুৰলতা ডেকা ই। লগতে আলোচনাপন্থী আলফা নেতা জিতেন দত্তয়ো বিহু নচাৰ লগতে স্বৰচিত গীত গাই উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰা পৰিলক্ষিত হ’ল।

মন্তব্য

পঢ়িব পাৰে

NDFB(P)ৰ বিত্ত সচিব বি ডেটছুং দিল্লীত চিকিৎসাধীন

নিউজ ডেস্ক,অসম সংবাদ: নেচনেল ডেম’ক্ৰেতিক ফ্ৰন্ট অৱ বডোলেণ্ড (প্ৰগতিশীল) চমুকৈ এন ডি এফ বি (পি) …