বঙাইগাঁৱত অঘটন: জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰি ঘৰলৈ যোৱা পথত মহিলাক ধৰ্ষণ কৰি হত্যা

অসম সংবাদ,বঙাইগাঁৱ: বঙাইগাঁৱত জঘন্য কাণ্ড ৷ বঙাইগাৱঁৰ মূলাগাৱঁত জুবিন গাৰ্গৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি ঘৰলৈ যোৱাৰ পথত এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা ৷ মহিলাগৰাকীৰ বয়স আনুমানিক ৩০ বছৰ ৷ ঢলাগাঁও পথাৰত সংঘটিত এই জঘন্য হত্যাকাণ্ড ৷ অঞ্চলটোত তীব্ৰ চাঞ্চল্য ৷ পথাৰৰ মাজত ধৰ্ষণ কৰি হত্যা ৷

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …