জাগীৰোডৰ কাঁহিকুছিত উদ্ধাৰ যুৱকৰ মৃতদেহ

জাগীৰোডৰ পৰা বিজয় পাল,অসম সংবাদ: জাগীৰোডৰ কাঁহিকুছিত শুক্ৰবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ যুৱকজন ৰেলৰ পৰা পৰি মৃত্যুৰ হোৱাৰ সন্দেহ কৰিছে ৰেল আৰক্ষীয়ে।উদ্ধাৰ হোৱা ২৮ বছৰীয়া যুৱকৰ মৃতদেহটো এই পৰ্যন্ত চিনাক্ত হোৱা নাই ৷ জাগীৰোড ৰেল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন মৃতদেহ কৰে ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …