তিনিচুকীয়াত সম্পন্ন সামূহিক বিবাহ অনুষ্ঠান

অসম সংবাদ, ডিগবৈ: তিনিচুকীয়া জিলাৰ মাকুম গোপনাৰীৰ শ্ৰী টিম্বাৰত আজি হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা সমন্বয় পৰিষদৰ উদ্যোগত আৰু সেৱায়ান গুৱাহাটী তথা হিন্দু ধৰ্ম চাহ জনগোষ্ঠী সংস্কৃতি সুৰক্ষা পৰিষদৰ উদ্যোগত সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন হয়৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ ১২ শ ৫০ জোৰকৈ দৰা কইনাৰ সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন হয়৷ তিনিচুকীয়া বিধান সভা সমষ্ঠিৰ বিধায়ক সঞ্জয় কিশান সহ জিলা প্ৰশাসনৰ বহু গৰাকী উচ্ছ পদস্থ বিষয়া, দলীয় কৰ্মী উপস্থিত থাকি বিবাহ অনুষ্ঠানত সহযোগিতা আগবঢ়ায়৷

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …