মাণিকপুৰত সুৰা ভৰ্ত্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত: আহত চালক

মাণিকপুৰৰ পৰা আজিজুল হক,অসম সংবাদ: বঙাইগাঁও জিলাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেল ডিপোৰ ওচৰত As-17 B-9852 নম্বৰৰ, সুৰা ভৰ্ত্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়। ট্ৰাকখন গুৱাহাটী আজাৰৰ পৰা বিলাসীপাৰালৈ গৈ আছিল বুলি আৰক্ষীয়ে জনাইছে । নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্থ হোৱাত গুৰুতৰভাৱে চালক আহত হয় । ট্ৰাকখনত প্ৰায় ৮ লক্ষাধিক টকাৰ বিলাতী সুৰা আছিল বুলি জানিব পৰা গৈছে।

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …