জাতি জনগোষ্ঠীৰ মিলন ভূমিলৈ পৰিণত কপিলী পাৰ

কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞা,অসম সংবাদ: কামপুৰ চাংচকীত ৫০ বছৰ গৰকা বিহু সন্মিলনিত এইবাৰ ব্যতিক্ৰমী পদক্ষেপ ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া বিহু নৃত্যই জীপাল কৰিলে চাংচকী বিহুতলী ৷ অসমৰ ভিন্ন প্ৰান্তৰ বচা বচা শিল্পী সকলে পৰিবেশন কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ নৃত্য ৷ অসমৰ বিহু দল সমূহৰ সময়ৰ অমনোযোগীতাৰ বাবেই এইবাৰ আয়োজক সমিতিয়ে বিহু কুঁৱৰী, বিহু কণ্যা প্ৰতিযোগীতাৰ বিপৰীতে অনুষ্ঠিত কৰিলে বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া বিহু নৃত্য ৷ তাৰ পাছতে অনুষ্ঠানত গীত পৰিবেশন কৰে কণ্ঠ শিল্পী ৰিংকু প্ৰিয়মে ৷

মন্তব্য

পঢ়িব পাৰে

ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাত উজলিল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’: আজুৰিলে চাৰিটাকৈ সন্মান

নিউজ ডেস্ক,অসম সংবাদ: ৬৫ সংখ্যাক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা অসমৰ ৰীমা দাসৰ “ভিলেজ ৰকষ্টাৰ্ছ’লৈ শ্ৰেষ্ঠ ছবিৰ …