বলীউডত বিবাহৰ জোৱাৰ: এইবাৰ বিয়াত বহিল নেহা ধুপীয়া

নিউজ ডেস্ক,অসম সংবাদ: বলীউডত বিবাহৰ জোৱাৰ।সোনম কাপুৰৰ পিছতে আজি বিবাহপাশত আৱদ্ধ হ’ল বলিউডৰ হট গাৰ্ল নেহা ধুপিয়া। অভিনেতা অংগদ বেদীৰ সৈতে বিবাহ সম্পন্ন হল অভিনেত্ৰীগৰাকীৰ। কাপুৰ পৰিয়ালৰ ব্যয়বহুল আৰু বহুচৰ্চিত সোনম কাপুৰৰ বিবাহৰ পাছতে চচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে নেহা ধুপিয়াৰ বিবাহৰ আলোকচিত্ৰই।উল্লেখ্য যে, শেহতীয়াকৈ MTVৰ Roadies Rising নামৰ এটা অনুষ্ঠানৰ বিচাৰকৰ আসন শুৱনি কৰি আছে অভিনেত্ৰী নেহা ধুপিয়াই ৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …