কৰ্ণাটকত বিজেপিৰ বিজয়ধ্বজা: কিন্তু চৰকাৰ গঠন কৰিব কংগ্ৰেছেহে!

নিউজ ডেস্ক,অসম সংবাদ: কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত। ২২২খন আসনৰ ভিতৰত ২২২খন আসনৰে ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে ১০৪খন, কংগ্ৰেছে পাইছে ৭৮খন, JDS মিত্ৰজোঁটে লাভ কৰিছে ৩৮খন আৰু অন্যান্যই লাভ কৰিছে দুখন আসন।
ইফালে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে কৰ্ণাটকত বিজয় নিচান উৰুৱালেও চৰকাৰ গঠনক লৈ নাটকীয় পট পৰিবৰ্তন ৷ কৰ্ণাটকত জে ডি এছ+কংগ্ৰেছৰ চৰকাৰ হোবাৰ পথ প্ৰশস্থ ৷ জে ডি এছৰ এইচ ডি কুমাৰাস্বামীৰ পত্ৰ ৰাজ্যপাললৈ৷ কংগ্ৰেছৰ সমৰ্থনলৈ সঁহাৰি ৷ কুমাৰস্বামী হ’ব মুখ্যমন্ত্ৰী৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …