পানেৰীত তিনি সংগঠনৰ তীব্ৰ প্ৰতিবাদ

অসম সংবাদ,ভেৰগাঁও: ওদালগুৰিৰ পানেৰীত আছুৰ জোৰ সমদল৷তীব্ৰ বৰষুনৰ মাজতো পানেৰী আছুৰ দ্বাৰা আয়োজন কৰা জোৰসমদলত হিল দৌল ভাঙি অংশ গ্ৰহন কৰিলে অসমীয়াই৷পানেৰী আছুৰ উদ্যোগত আজি বাংলাদেশীৰ বিৰুদ্ধে জোৰ সমদল বাহিৰ কৰে৷অসমত হিন্দু বাংলাদেশীৰ বোজা কোনোপধ্য নলোৱাৰ হুংকাৰ প্ৰদান কৰে আছুই৷শীঘ্ৰে ২০১৬ বিধেয়ক বাতিল কৰিবলৈ আহ্বান জনাই৷হাতে হাতে জুইৰ শিখা লৈ বাংলাদেশীৰ বিৰুদ্ধে পানেৰী আছা,গৰীয়া মৰীয়া জাতীয় পৰিষদ আৰু আছুৰ কৰ্মকৰ্তা সকলে উত্তাল কৰি তোলে পানেৰী অঞ্চল৷

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …