মৰিগাঁৱত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ

মৰিগাঁৱৰ পৰা দিপাংকৰ নাথ,অসম সংবাদ: মৰিগাঁৱত পুনৰ গ্ৰেপ্তাৰ হ’ল বাংলাদেশী নাগৰিক৷ মৰিগাঁৱৰ চৰাইহাগীৰ মতিউৰ ৰহমান নামৰ বাংলাদেশী নাগৰিক জনক বুধবাৰে আৰক্ষীয়ে কৰায়ত্ব কৰে ৷ ২০১১ চনতেই বিদেশী ন্যায়াধীকৰণে মতিউৰক বিদেশী বুলি ঘোষণা কৰাৰ পিছৰে পৰা মতিউৰ ৰহস্যজনকভাবে সন্ধানহীন হৈ আছিল ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …