নলবাৰীৰ লোহাৰকাঠাত ভয়ংকৰ পথ দুৰ্ঘটনা: অাহত ১

অসম সংবাদ, নলবাৰী: নলবাৰীৰ লোহাৰকাঠাত আজি  সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।এখন বাইক আৰু এখন চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হয়।দুৰ্ঘটনাটোত চাইকেল আৰোহী বাবুল আলী(৫২) গুৰুতৰ ভাৱে আহত হয়।আহত বাবুল আলীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে।বাইক খনৰ নম্বৰ এছ  25 জি  5309

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …