নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নাজিৰাত চাহ জনজাতি ছাত্ৰ সন্থাৰ জোঁৰ সমদল

অসম সংবাদ,নাজিৰা: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি অৱ্যাহত আছে প্ৰতিবাদ । নাজিৰাতো আজি বিধেয়কখন বাতিলৰ দাবীত উলিওৱা হয় এক জোঁৰ সমদল । অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নাজিৰা আঞ্চলিকৰ উদ্যোগত শতাধিক লোকে অংশগ্ৰহণ কৰে প্ৰতিবাদী জোঁৰ সমদলটোত ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …