নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে মানাহত সাত সংগঠনৰ জোঁ‌ৰ সমদল

অসম সংবাদ , শালবাৰী: নাগৰিকত্ব সংশোধনী আইন ২০১৬ ৰ বিৰুদ্ধে জোঁ‌ৰ সমদলেৰে বাক্সাৰ শালবাৰীত প্ৰতিবাদ । শালবাৰীৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ছটাকৈ সংগঠনৰ উত্তাল প্ৰতিবাদ । হাতে হাতে জোঁ‌ৰ লৈ বাঁ‌হবাৰী সাপ্তাহিক বজাৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আছু , আছা , আক্ৰাছু , এবিএমছু , পিএফআই, আমছুৰ সমদল । নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক , বিজেপি চৰকাৰ হায় হায় , সৰ্বানন্দ সনোৱাল মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল মানাহ ।

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …