বৰমাত ভয়ংকৰ পথ দুর্ঘটনা: থিতাতে নিহত এক

অসম সংবাদ, মুছলপুৰ: বাক্সাৰ বৰমাৰ মাধপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেল আৰোহীক মহতিয়ালে বডোলেণ্ড পৰিবহণ সেৱাৰ যাত্ৰীবাহী বাছে। থিতাতে নিহত টিহু বালিৰ লক্ষী শৰ্মা নামৰ এজন পুৰোহিত। বাছ খনৰ নং AS16-C-2055। সম্প্ৰতি বাছখন বৰমা আৰক্ষী জিম্মাত।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …