মৰাণত ছাত্ৰীক অশালীন ব্যৱহাৰ শিক্ষকৰ: অভিযুক্ত শিক্ষকক লপা-থপা ৰাইজৰ

অসম সংবাদ, মৰাণ: মৰাণ নেহৰু বিদ্যালয়ৰ সহ শিক্ষক শুভ নাৰায়ন সিঙক বিদ্যালয়তে লপা-থপা ৰাইজৰ। ছাত্ৰ-ছাত্ৰীৰ সন্মূখতে কাণত ধৰাই আঁঠু কঢ়াই শাস্তি প্ৰদান শিক্ষকগৰাকীক। যোৱা ১৬ মে’ত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰা অভিযোগত এই শাস্তি শিক্ষকজনক। মৰাণহাট আৰক্ষীয়ে শিক্ষকজনক উদ্ধাৰ কৰি পাঁচজন লোকক সোধ-পোচৰ বাবে আটক কৰিছে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …