সোণাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল

অসম সংবাদ, সোণাৰি: সোণাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ  উদ্যোগত বিশাল প্ৰতিবাদী সমদল আৰু জিলা উপাযুক্ত কাৰ্যালয় সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক সুৰুয দিহিঙ্গীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেশক মীনা তেলীৰ নেতৃত্বত এই প্ৰতিবাদ। চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিলৈ এই বিধেয়কৰ বিৰোধিতাৰে স্মাৰক পত্ৰ প্ৰদান কৰে চৰাইদেউ কংগ্ৰেছে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …