নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ডিগবৈত বিধায়কৰ বাসগৃহ ঘেৰাও

অসম সংবাদ,ডিগবৈ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত উত্তাল ডিগবৈ৷ বিধায়ক সুৰেন ফুকনৰ বাসগৃহৰ সন্মূখত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ ধৰ্ণা প্ৰতিবাদ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …