ভৱানীপুৰত ভয়ংকৰ বাছ দুর্ঘটনা: ৩০ জন যাত্ৰী আহত

অসম সংবাদ, বজালী: বজালীৰ ভৱানীপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ বাছ দূৰ্ঘটনা সংঘটিত হয়। চালকৰ ভুলৰ বাবে ঘাইপথৰ পৰা বাগৰিল এ এছ-০১ চিচি-০৯৭৯নম্বৰৰ ‘ৰেছমিনা’ নামৰ যাত্ৰীবাহী বাছখন ৷ দুর্ঘটনাটোত প্ৰায় ৩০ গৰাকী যাত্ৰী আহত হৈছে। ইয়াৰে তিনি গৰাকীৰ অৱস্থা সংকটজনক। তিনিওকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে আহতসকলক ভৱানীপুৰ চিকিসালয়লত ভৰ্তি কৰোৱা হৈছে।

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …