ৰেচিপি: বেলৰ চৰৱত

ৰীতা দাস

বেলৰ চৰৱতৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ হল:

(১) বেল ১ টা
(২) পানী
(৩) চেনী ( সোৱাদ অনুসৰি)
(৪) কলা নিমখ এচিকুত
(৫) গাখীৰ (optional)

প্ৰণালী:

প্ৰথমে বেল উলিয়াই এগিলাচ পানীত ভালদৰে খচি চেকি লওঁক। সোৱাদ অনুসৰি চেনী আৰু সামান্য ক’লা নিমখ বেলৰ ৰসত মিহলাই ফ্ৰিজত কিছুসময় থৈ দিয়ক। ঠাণ্ডা হোৱাত পৰিবেশন কৰক। ইচ্ছা কৰিলে চৰৱত খিনিত গাখীৰ মিহলাব পাৰে। অতিপাত গৰমত বেলৰ চৰৱত খাই দেহ জুৰাব পাৰি।বেলৰ চৰবত বনাবলৈও অতি সহজ।

মন্তব্য

পঢ়িব পাৰে

কলা জামুৰ চৰবত

ৰিমা বৰা উপকৰণ ১/ জামু ২/ চেনি সোৱাদ অনুসৰি ৩/ নিমখ সুৱাদ অনুসৰি ( মই …