বোকাখাতৰ পানবাৰীৰ গঁড়ৰ পোৱালীৰ আক্ৰমণত আহত “এনিমেল কীপাৰ”

অসম সংবাদ, বোকাখাত: বোকাখাতৰ পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰত অঘটন ৷ কেন্দ্ৰটোত প্ৰতিপালিত হৈ থকা গঁড়ৰ আক্ৰমণত আহত এনিমেল কীপাৰ ৷ আহত কীপাৰজনৰ নাম হেমকান্ত নাথ ৷ গঁড় পোৱালী কেইটাক গাখীৰ খুৱাই থকা অৱস্হাতে অঘটনটো ঘটে ৷ বোকাখাতত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে জে এম চি এইচলৈ প্ৰেৰণ ৷

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …