ডিব্ৰুগড়ত স্থাপন হ’ব ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী: মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা

ডিব্ৰুগড়ৰ পৰা জয়ন্ত দুৱৰা, অসম সংবাদ: ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী স্থাপন কৰাৰ কথা ঘোষনা মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ । “Board of Control for Cricket in India (BCCI) য়ে দেশত দুখন ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী পাতিবলৈ অনুমোদন দিছে । এখন বেংগালুৰুত আৰু এখন উত্তৰ-পূবত পাতিবলৈ অনুমোদন দিছে । উত্তৰ-পূবৰ ডিব্ৰুগড়ত স্থাপন হ’ব সেই ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী খন । ইয়াৰ বাবে ডিব্ৰুগড়ত বি চি চি আইয়ে ২০০ বিঘা মাটি বিচাৰিছে । ডিব্ৰুগড়ত ২০০ বিঘা মাটি বি চি চি আইক দিয়া হব বুলি আজি ডিব্ৰুগড়ত ঘোষনা মুখ্যমন্ত্রী সোণোৱালৰ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …