পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজন: মাজুলীৰ পৰা চলিব জল বিমান

মাজুলীৰ পৰা ৰিদিপ বৰা, অসম সংবাদ: অচিৰেই মাজুলীৰ পৰা চলিব জল বিমান। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰত গঢ়াৰ যি লক্ষ্য সেই লক্ষৰে অসমক পৰ্যটন ক্ষেত্ৰত অধিক আগুৱাই লৈ যোৱাৰ এক নতুন পদক্ষেপ এই জল বিমান। উল্লেখ যে ভাৰত বৰ্ষৰ ভিতৰতে পোন প্ৰথম বাৰৰ বাবে নদীদ্বীপ মাজুলীত এই বিশেষ সেৱা উপলব্ধ হ’ৱ। বৃহস্পতি বাৰে স্পাইচ জেটৰ লগতে ভাৰতীয় বিমান সেৱা বিভাগৰ লগতে অসম চৰকাৰৰ ১৫ জনীয়া এক পৰ্যবেক্ষক দল মাজুলীত উপস্থিত হৈ পৰ্যবেক্ষণ কৰে। পৰ্যটনৰ স্থান কাজিৰঙা আৰু মানাসক সংযোগ কৰিব পৰ্যটক সকলৰ বাবে।
মূখ্যমন্ত্ৰীৰ এনে সপোন আৰু চিন্তায়ে এতিয়া সমগ্ৰ মাজুলী বাসীক উৎসাহিত কৰিছে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …