আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত বৰপেটাৰোডৰ পৱনাজ আৰু কৃষ্ণৰ সোণৰ পদক লাভ

বৰপেটাৰোডৰ পৰা অঞ্জনজ্যোতি নাথ, অসম সংবাদ: ৮ জুলাই ৭ আৰু ৮ জুলাইত ভুটানত অনুষ্ঠিত হোৱা চতুৰ্থ ইনডো-ভূটান আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত ২০ কিলোগ্ৰাম শাখাত আৰু ১৮ কিলোগ্ৰাম শাখাত বৰপেটাৰোডৰ বৰপেটাৰোড টাইকোৱানডো একাডেমিৰ ছাত্ৰ পৱনাজ নাথ আৰু কৃষ্ণ দাসে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।
P
চূড়ান্ত প্ৰতিযোগিতাত কৃষ্ণ দাসে বেংগলৰৰ নেচনেল টাইকোৱানণডো একাডেমীৰ ছাত্ৰ দীপক ছাচনক পৰাজিত কৰি সোণৰ পদক আৰ্জন কৰিবলৈ সক্ষম হয় আৰু ২১ কিলোশাখা শাখাত পৱনাজ নাথে ভুটানৰ পি . লিংগাক পৰাজিত কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । পৱনাজ আৰু কৃষ্ণ দাসে প্ৰশিক্ষক বিজয় দাসৰ ওচৰত প্ৰশিক্ষণ লৈ আছে ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …