সোনাৰিত অস্ত্ৰসহ দুই এন এছ চি এন (আই) কেডাৰ আটক: পিষ্টল, গুলীসহ বহু নথি-পত্ৰ জব্দ

অসম সংবাদ, সোণাৰি: চৰাইদেউৰ সোনাৰিত অস্ত্ৰসহ দুজন এন এছ চি এন (আই) কেডাৰ আটক। সেনাৰ অভিযানত সোণাৰি টিঙ্গালীবামৰ পৰা আটক আবুহাং ছিম্ আৰু চিৰনজিৎ সিং। এটা পইন্ট ২২ , এটা পইন্ট 32 পিষ্টল আৰু ছয় জাঁই সজীৱ গুলীসহ ৩ টা মবাইল ফোন আৰু বহু আপতিজনক নথি পত্ৰ উদ্ধাৰ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …