ডিমাকুছিত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

অসম সংবাদ,ডিমাকুছি: ওদালগুৰি জিলাৰ ডিমাকুছিত আজি পুৱা অৰ্দ্ধগলিত এজন যুৱকৰ মৃত্দেহ উদ্ধাৰ হয়৷ মৃতদেহটো গোপাল মণ্ডল (৩৫) বুলি চিনাক্ত কৰা হৈছে৷ যুৱকজন ১ নং উত্তৰ ডিমাকুছিৰ শশী মণ্ডলৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …