গোলকগঞ্জত বাংলাদেশী নাগৰিক আটক

অসম সংবাদ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্ত অঞ্চলৰ ৰাখালপাঠত বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ অন্তৰ্গত হাজিপাৰা গাঁৱৰ শ্বহীদুল হক আৰু তাৰিৰহাট গাঁৱৰ নাসিৰ আলী গোলকগঞ্জ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । বাংলাদেশীৰ সৈতে জড়িত গোলকগঞ্জ থানাৰ অন্তৰ্গত বিন্নাছৰা প্ৰথম খণ্ডগাঁৱ আমিনুৰ ৰহমান(২৫) আৰু মোজিবৰ আলী(৪৮) কো গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …