সোনাৰিত বিদ্যুৎ বিভাগৰ গাফিলটিৰ বাবে কৰ্তব্যৰত অৱস্থাত গুৰুতৰভাবে আহত কৰ্মচাৰী

অসম সংবাদ, সাপেখাটি: সোনাৰিত শক্তি বিভাগত পুনৰ অঘটন । বিদুৎ বিভাগৰ চূড়ান্ত গাফিলতিত গুৰুতৰ ভাৱে আহত এজন অস্থায়ী কৰ্মচাৰী । সাপেখাতী ধুনীয়া পথাৰ গাঁৱত বিদুৎ পৰিবাহী খুটাত কাম কৰি থকা অৱস্থাতে অঘটন । কাম কৰি থকা অৱস্থাত বিদুৎ সংযোগ কৰি দিয়াত খুটাৰ পৰা বাগৰি পৰিল কৰ্মচাৰী জন । অস্থায়ী কৰ্মচাৰী জনৰ নাম অশ্বিনী দত্ত । ঘৰ সাপেখাতী আটাল পথাৰ গাঁৱত । অতি সংকট জনক অৱস্থাত ডিব্ৰুগড়ৰলৈ প্ৰেৰণ ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …