বৰভাগত ছোৱালী পলুৱাই নিবলৈ আহি থানাত সোমাল যুৱক

অসম সংবাদ, বৰভাগ: বৰভাগৰ আৰংগমৌ গাঁৱত ছোৱালী পলুৱাই নিব আহি গণ ৰোষৰ বলি এজন যুৱক । যুৱকজনৰ নাম প্ৰফুল্ল দাস । ঘৰ নলবাৰীৰ বৰ্ণিবাৰীত । ইতিপূৰ্বে তিনিজনী যুৱতীক বিয়া কৰাইছিল যুৱকজনে ।স্থানীয় ৰাইজে লপা থপা দি গতালে আৰক্ষীক । সম্প্ৰতি কমাৰকুছি আৰক্ষীৰ জিন্মাত যুৱকজন ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …