ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছেডৰ হ’ব হীমা দাস

তিনিচুকীয়াৰ পৰা মাইনু মৰাণ,অসম সংবাদ: এথলেটিক খেলুৱৈ সীমা দাসে অসমৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ৰাজ্য চৰকাৰে মৰ্যদা প্ৰদানৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰিব৷ নগাঁৱৰ সীমা দাসক ৰাজ্য চৰকাৰে ক্ৰীড়া ক্ষেত্ৰত ব্ৰেণ্ড এম্বেচেডৰ কৰিব। আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘোষণা কৰে৷ সীমা দাস নৱ প্ৰজন্মৰ আদৰ্শ হৈ ৰব বুলিও তেওঁ কয়।

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …