ক্ৰিকেটৰ পৰা অৱসৰ ললে মহম্মদ কাঈফে

স্পৰ্টছ ডেস্ক, অসম সংবাদ: ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে মহম্মদ কাঈফে৷ শুক্ৰবাৰে এই সংক্ৰান্তত তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ ই-মেইল প্ৰেৰণ কৰে৷
উল্লেখ্য ৩৭ বছৰীয়া কাঈফে ভাৰতীয় দলৰ হৈ ১৩ খন টেষ্ট আৰু ১২৫ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে৷ ২০০২ চনত লৰ্ডছত অনুষ্ঠিত নাটৱেষ্ট ট্ৰফীৰ ফাইনেলত তেওঁৰ দুৰ্দান্ত মেচ উইনিং ৮৭ ৰাণৰ ইনিংছৰ বাবে ক্ৰিকেট প্ৰেমীসকলে তেওঁক মনত ৰাখিব৷

মন্তব্য

পঢ়িব পাৰে

যোৰহাটত উপস্থিত হৈয়েই বিহু নাচিলে প্ৰিয়ংকা চোপ্ৰাই

যোৰহাটৰ পৰা নেকিব আহমেদ,অসম সংবাদ: অসম পৰ্যটনৰ বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে বিশেষ বিমানেৰে আজি বিয়লি ৩.৩০ …