গোবৰ্ধনাত বেকী নৈত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ, অসম সংবাদ: মঙলবাৰে আবেলি বেকী নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা বাক্সা জিলাৰ গোবৰ্ধনা থানৰৰ অন্তৰ্গত গোবৰ্ধনা গৰীয়া বস্তিৰ ৰব্বুল আলিৰ পুত্ৰ ৰিণ্টু আলি(১৪)ৰ মৃতদিহ আজি উদ্ধাৰ হয়৷ । আজি পুৱা বালাভিতা বেকীৰ ঘাটত একাংশ লোকে মৃতদেহটো প্ৰত্যেক্ষ কৰি উদ্ধাৰ কৰে আৰু ৰিণ্টু আলিৰ মৃতদেহ বুলি চিনাক্ত কৰে ৷

মন্তব্য

পঢ়িব পাৰে

নলবাৰীত বিজনী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা: ৰহস্যৰ আৱৰ্তত ঘটনাক্ৰম

অসম সংবাদ,নলবাৰী: নলবাৰীৰ কলেজ চ’কৰ চকু চিকিৎসালয়ৰ সমীপত আজি সন্ধিয়া এজন সহকাৰী অধ্যাপকে আত্মহত্যা কৰা …