গুৱাহাটী প্ৰেছ ক্লাৱত ‘স্পৃহা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

অসম সংবাদ, কলাইগাঁও: অসম সাহিত্য সভাৰ অন্যতম শাখা সাহিত্য শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক অতুল বৰ্মনৰ এখন অন্যতম গ্ৰন্থ “স্পৃহা ” আজি গুৱাহাটী প্ৰেছ ক্লাৱত উম্মোচন কৰা হয়। অসম সাহিত্য সভাৰ প্ৰবীণ সম্পাদক পদুম ৰাজখোৱাই উম্মোচন কৰা সভা খন পৰিচালনা কৰে , নাৰেংগী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শশধৰ ডেকাই । উল্লেখযোগ্য অতুল বৰ্মনৰ এই খন হৈছে দ্বিতীয় গ্ৰন্থ । ইয়াৰ আগেয়ে প্ৰত্ৰলেখা আন এখন গ্ৰন্থ প্ৰকাশ কৰিছিল ।

মন্তব্য

পঢ়িব পাৰে

নলবাৰী জিলা লেখিকা পৰিষদৰ অধিৱেশন সামৰণি

অসম সংবাদ,নলবাৰী: আজি দিন যোৰা কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নলবাৰী জিলা লেখিকা পৰিষদৰ …