নাৰায়ণপুৰত অসমীয়া ছবি ” মা ” ৰ শুভ মুহুৰত

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালা,অসম সংবাদ: অসমীয়া কথাছবি জগতলৈ অন্য এক সংযোজন ।বিশিষ্ট নাট্যকাৰ মিলন মিচ্চা দেউৰীৰ কাহিনীৰে ,গীতিকাৰ নীল সাগৰৰ পৰিকল্পনাৰে আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত “মা” নামৰ এখন চুটি অসমীয়া ছবিৰ শুভ মুহুৰত আৰম্ভ হয় । পুনৰ এক সংস্কৃতিৰ পথাৰ খন জীপাল কৰি এক ৰসাল কাহিনী লৈ প্ৰায় অৰ্ধশতাধিক অভিনেতা–অভিনেত্ৰীক লৈ আজি এক মাণ্ডলিক কৰ্মৰে ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰি প্ৰয়োজক মিলন মিচ্চা দেউৰীয়ে ৰাইজৰ সহাৰি পাব বুলি আশা প্ৰকাশ কৰিছে ।

মন্তব্য

পঢ়িব পাৰে

দীর্ঘবিৰতিৰ অন্তত পাপনৰ কণ্ঠত ৰাজদ্বীপৰ ‘বাউলী মোৰ প্রিয়া’

-কল্যাণ কুমাৰ কলিতা অংগৰাগ পাপন মহন্তই নিজৰ কণ্ঠৰ যাদুৰে কেৱল অসমতে নহয়, সমগ্র ভাৰতবর্ষতে নিজৰ …