কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা নায়কলৈ ৰাজ্য চৰকাৰৰ বীৰ চিলাৰায় বঁটা

উত্তৰ গুৱাহাটীৰ পৰা মৃদুল প্ৰীতম ডেকা, অসম সংবাদ: বীৰ চিলাৰায় বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ। শিঙিমাৰীৰ প্ৰিয়ংকা নায়কলৈ সাহসিকতাৰ বীৰ চিলাৰায় বঁটা। ১৫ আগষ্টত খানাপাৰাত স্বাধীনতা দিৱসৰ কার্যসূচীত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব বঁটা।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা নায়কে বিগত সময়ত NCC ৰ জৰিয়তে ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম বুটলিবলৈ সক্ষম হৈছে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …